¡Sorpréndeme!

ভূমিস্খলনৰ আশংকা : আতংকিত গুৱাহাটীৰ পাহাৰত আৰু নামনিত বাস কৰা লাখ লাখ লোক

2025-05-21 2 Dailymotion

পাহাৰৰ অৱক্ষয়ে মাতিছে বিপদ । মহানগৰীৰ পাহাৰীয়া ৩৯২টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত । এক বিশেষ প্ৰতিবেদন ।