কলেজলৈ ঘৰৰ পৰা ওলাই যোৱা পাছৰে পৰা সন্ধানহীন ছাত্ৰ । মাতৃৰ ফোনলৈ আহিছে দুটা ৰহস্যজনক মেছেজ । আৰক্ষীৰ সহায় বিচাৰি থানাত উপস্থিত পৰিয়াল ।