¡Sorpréndeme!

হিন্দু মানুহ থকা এখনো আসন পোৱা নাই কংগ্ৰেছে, সংখ্যালঘু এলেকাত বাঢ়িছে বিজেপিৰ ভোট : মুখ্যমন্ত্ৰীৰ দাবী

2025-05-14 0 Dailymotion

উজনিত ১০০ শতাংশ আসন, সংখ্যালঘু এলেকাতো বাঢ়িছে ভোট ৷ ২০২৬ক লৈ উৎসাহী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যুঁজিব ১০৫খন আসনৰ লক্ষ্যৰে ।