¡Sorpréndeme!

অনিশ্চয়তাৰ মাজত দেওবাৰে সমাধান হ’ল নগেনৰ কেচটো; ৰাইজেও গম পালে কি হ’ল নগেনৰ

2025-05-12 1 Dailymotion

দেওবাৰৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহত দৰ্শকৰ বাবে উপলব্ধ হ'ল নতুন অসমীয়া ছবি ‘কেচটো নগেন’। পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় ছবিখন ৷