তেওঁ হৈছে ভাৰতীয় সেনাৰ এজন প্ৰাক্তন চুবেদাৰ । কাৰ্গিল যুদ্ধত যুঁজিছিল তেওঁ । এতিয়াও দেশৰ হকে যুঁজিবলৈ আৰু শত্ৰুক মাৰিবলৈ প্ৰস্তুত ।