ভাৰত-চীন যুদ্ধৰ সময়ত 'দ' আকৃতিৰ বাংকাৰ সাজিছিল সুৰক্ষাৰ বাবে । ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ ৫৪ বছৰ পিছত ভাৰতত পুনৰ এই যুদ্ধৰ আখৰা ।