প্ৰিয়ংকা চোপ্ৰাক পিঠিত লৈ আমোদ দিয়া গীতাই আজি ছটফটাইছে মৃত্যু যন্ত্ৰনাত । গীতাক সুস্থ কৰিবলৈ দিনে নিশাই ব্যস্ত বনতৰাৰ চিকিৎসকৰ দল ।