বুধবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নিৰ্বাচনী সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ প'লিং-প্ৰিজাইডিং বিষয়া ৷