¡Sorpréndeme!

কমেও এক ডজন নতুন সিদ্ধান্ত কেবিনেটৰ: এফালৰ পৰা কৈ গ'ল মুখ্যমন্ত্ৰীয়ে

2025-05-06 2 Dailymotion

সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত অনুমোদন জনোৱা সিদ্ধান্তসমূহৰ বিষয়ে মঙলবাৰে এক সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।