¡Sorpréndeme!

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি; তাজমহল চাবলৈ গৈ চিকিৎসালয় পালেগৈ অসমৰ ৬ পৰ্যটক

2025-05-06 4 Dailymotion

শিলচৰৰ পৰা তাজমহল চাবলৈ গৈছিল ২৭ জনীয়া পৰ্যটকৰ দল ৷ কিন্তু চাহ খাই থাকোতেই হঠাতে সংঘটিত হ’ল এই অঘটন ৷