¡Sorpréndeme!

বিধ্বংসী অগ্নিকাণ্ডত ১২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত; কথমপি প্ৰাণৰক্ষা ৩ জনৰ

2025-05-06 4 Dailymotion

মৰিয়নীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আছে দুখন । এখন ব্য়স্ত ষ্ট্ৰং ৰূমত । জুই নুমুৱাবলৈ নাই বাহন ।