শিলচৰৰ পৰা তাজমহল চাবলৈ গৈছিল ২৭ জনীয়া পৰ্যটকৰ দল ৷ কিন্তু চাহ খাই থাকোতেই হঠাতে সংঘটিত হ’ল এই অঘটন ৷