¡Sorpréndeme!

ভূপেন বৰাৰ ঢোলৰ চেৱত কঁকাল ভাঙিলে শিৱামণিয়ে

2025-05-02 13 Dailymotion

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই কংগ্ৰেছৰ গাত বিহু । নিৰ্বাচনী প্ৰচাৰত বিহু মাৰিলে ভূপেন বৰা, শিৱামণি বৰা, গৌৰৱ গগৈয়ে ।