নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হোৱা প্ৰদ্যুৎ বৰদলৈয়ে পুনৰ নিৰ্বাচনী প্ৰচাৰ চলালে ধিঙত । বিজেপিক তীব্ৰ সমালোচনা ।