পুৱা ৯ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৱেবছাইটযোগে ঘোষণা কৰিব ৷