¡Sorpréndeme!

গদগদ হৈ পৰিছে অসমীয়াৰ বুকু, জয়নাচৰণ বাথাৰী আৰু অনিল কুমাৰ বড়োলৈ পদ্মশ্ৰী বঁটা

2025-04-29 2 Dailymotion

সোমবাৰে দেশৰ 71 গৰাকী কৃতী ব্যক্তিক প্ৰদান কৰা হয় পদ্ম বঁটা ৷ তাৰ ভিতৰত আছিল দুগৰাকীকৈ অসমীয়াও ৷