¡Sorpréndeme!

আমি শক্তিশালী বিৰোধী বিচাৰো... মুখ্যমন্ত্ৰীৰ বিৰোধীশূন্য স্থিতিৰ বিপৰীতে ৰাজ্যিক বিজেপি সভাপতিৰ ভাষ্য

2025-04-28 0 Dailymotion

কলিয়াবৰত ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কেইবাটাও বিষয়ত মন্তব্য আগবঢ়ায় । পঞ্চায়ত নিৰ্বাচনত এন ডি এৰ অগ্ৰগতি আৰু বিৰোধী প্ৰসংগত মন্তব্য দিলীপ শইকীয়াৰ ।