কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যত থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছৰে পৰা তৎপৰ হৈ পৰিছে অসম চৰকাৰ ।