¡Sorpréndeme!

অসমত ৰন্ধন গেছৰ দাম হ'ব ৬০০ টকা, উজ্জ্বলা আঁচনিৰ গেছ লাভ কৰিব ২৫০ টকাত : মুখ্যমন্ত্ৰীৰ ঘোষণা

2025-04-28 4 Dailymotion

টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ । তাৰ বিপৰীতে উপস্থিত ৰাইজক বিভিন্ন সা-সুবিধা দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰী শৰ্মাৰ ।