¡Sorpréndeme!

সোণোৱাল কছাৰীয়ে দহটা গাঁঠি থকা বাঁহ টকা মাৰিসহ উটুৱাই দিলে নদীত

2025-04-27 4 Dailymotion

সোণোৱাল কছাৰীসকলৰ জনশ্ৰুতি মতে, স্বৰ্গৰ পৰা মৰ্ত্যলৈ অপেশ্বৰীয়ে নমাই আনিছিল বিহু । আজিও সেই পৰম্পৰা ৰক্ষা কৰি আছে জনগোষ্ঠীটোৱে ।