যুৱ উচ্ছৃংখলতা, ড্ৰাগছৰ বাবে হেৰাই গৈছে সম্ভাৱনাপূৰ্ণ যুৱক । নিৰীহ যুৱকক হত্যাৰ ন্যায় বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ ৰাখি ৰাইজৰ প্ৰতিবাদ ।