¡Sorpréndeme!

ব্যক্তিগত ৰাজনীতি কৰি তেওঁ মুখ্যমন্ত্ৰীৰ চকীখনক অপমান কৰিছে: নাম নোলোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মালৈ শেল এৰিলে গৌৰৱে

2025-04-25 2 Dailymotion

পহলগামৰ আক্ৰমণ আৰু সৰ্বদলীয় বৈঠক সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ।