¡Sorpréndeme!

মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালৰ ফটো নেদেখি হতবাক দিলীপ শইকীয়া

2025-04-25 7 Dailymotion

একালৰ বৃন্দাবন একালত পৰে চন । নিজে প্ৰতিষ্ঠা কৰা ভেঁটিতেই প্ৰাক্তন মুখ্য়মন্ত্ৰীৰ চিনমোকাম নোহোৱাৰ উপক্ৰম !