¡Sorpréndeme!

40 টা সন্তানৰ মাতৃ 'জানু'ৱে সলনি কৰিছে এটা পৰিয়ালৰ ভাগ্য: কোন এই 'জানু' ?

2025-04-25 1 Dailymotion

এটি ছাগলীয়ে চম্ভালি আছে সমগ্ৰ পৰিয়ালটোৰ জীৱন । এতিয়ালৈকে জন্ম দিছে ৪০ টা পোৱালি । ইয়াৰ দ্বাৰা প্ৰতিদিনে উপাৰ্জন হৈ আছে হাজাৰ টকা ।