¡Sorpréndeme!

সুধাকন্ঠৰ জন্মদিনৰ ৮ ছেপ্টেম্বৰৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মুখ্য অতিথি হিচাপে থাকিব: মুখ্যমন্ত্ৰী

2025-04-24 0 Dailymotion

ড৹ ভূপেন হাজৰিকাৰ নামত ভাৰতীয় মুদ্ৰা নিৰ্মাণ কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক আৱেদন অসম চৰকাৰৰ । বিত্তমন্ত্ৰীলৈ অসম চৰকাৰে লিখিছে পত্ৰ ।