¡Sorpréndeme!

অসমৰ বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণৰ বাবে আছুৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

2025-04-23 2 Dailymotion

খামিয়াং, টাই ফাকে, চিংফৌ ভাষাৰ সংৰক্ষণৰ পদক্ষেপ । অসমৰ বিলুপ্তপ্ৰায় ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে আছুৰ বুজাবুজি চুক্তি স্বাক্ষৰ ।