¡Sorpréndeme!

বিশ্ব ধৰিত্ৰী দিৱস পালন, বৰষুণৰ মাজতে চোঁচৰাই আনিলে প্লাষ্টিকৰ আৱৰ্জনা

2025-04-22 2 Dailymotion

প্লাষ্টিকমুক্ত ধৰিত্ৰী গঢ়াৰ উদ্দেশ্যৰে বিশ্ব ধৰিত্ৰী দিৱস পালন । প্ৰতিকুল বতৰকো নেওচি এজাক শিশু নামি পৰিল প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰাত ।