¡Sorpréndeme!

নিৰ্বাচন আহে আৰু যায়, কিন্তু চৰকাৰৰ অভিলাষী আঁচনিয়ে ঢুকি নাপায় এই গাঁওখনক

2025-04-21 1 Dailymotion

সমাগত পঞ্চায়ত নিৰ্বাচন । কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত উজনি লেকু জেলম গাঁৱৰ উন্নয়নৰ দৃশ্য এয়া । ৰাইজে কি কয় ?