¡Sorpréndeme!

মৰাণৰ ৰাজপথত অৱতৰণ কৰিব ৰাফেল, মিগ, তেজছ, হাৰকিউলিছৰ দৰে যুঁজাৰু বিমান !

2025-04-21 6 Dailymotion

জৰুৰী যুদ্ধ বিমান অৱতৰণৰ বাবে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত বিমান অৱতৰণৰ ৯৭ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷