বোকাজানত এক লোমহৰ্ষক ঘটনা । অচিনাক্ত দুৰ্বৃত্তৰ নিশা আক্ৰমণ এটা পৰিয়ালক ৷ ৩ সন্তানসহ পিতৃ-মাতৃক মাৰধৰ ৷ ধৰি নিয়া পতি-পত্নীৰ মৃতদেহ পোৱা গ’ল পিছদিনা ৷