চিকিৎসকৰ নিৰ্যাতনৰ বলি কৰ্তব্যৰত নাৰ্ছ । ডিঙিত ধৰি চোঁচৰাই নিলে স্বাস্থ্যকৰ্মীক । গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিলে ধিং আৰক্ষীয়ে ।