ট্ৰাকখনত গোপন কক্ষ বনাই আনিছিল নিচাযুক্ত টেবলেট । চালকৰ ফুট বোৰ্ডৰ তলত হেৰ'ইন আনোতেই পৰিল আৰক্ষীৰ জালত ।