¡Sorpréndeme!

কোনোবা দুই-এজনৰ কাৰণে পাৰ্টীটোক আমি উচ্ছৃংখল কৰিব নোৱাৰো: দিলীপ শইকীয়া

2025-04-19 0 Dailymotion

"নলবাৰীত এজন ব্যক্তিৰ বাবে মোৰ সেই ধমক নাছিল । দলৰ সকলো কাৰ্যকৰ্তাই অনুশাসন মানি চলিব লাগে"- নলবাৰীৰ ঘটনা সন্দৰ্ভত দিলীপ শইকীয়া ।