কাৰ্বি আৰণ বাৰিম চিংৰুমৰ বিশাল জনসমাবেশত ১০০ খন গাঁৱত ১০০ টা ৰংকেৰ পূজাস্থলী নিৰ্মাণৰ প্ৰতিশ্ৰুতি । ডিচেম্বৰত উদ্বোধন কৰিব কেন্সাৰ হাস্পতাল ।