¡Sorpréndeme!

কোনে অর্জন কৰিলে বিহু সম্ৰাজ্ঞী ২০২৫ বর্ষৰ খিতাপ ?

2025-04-18 3 Dailymotion

ৰাজ্যৰ হাজাৰ হাজাৰ বিহুৱতীৰ সপোনৰ খিতাপ ‘‘বিহু সম্ৰাজ্ঞী ২০২৫’’ আজুৰি আনিলে মৰাণৰ লিজামণি শেনচোৱাই । খিতাপ লাভ কৰি আৱেগিক হৈ পৰে লিজামণি শেনচোৱা ।