¡Sorpréndeme!

নাঙল বিহু; অসমৰ কৃষি সঁজুলিৰ প্ৰতি উৎসৰ্গিত এটা দিন

2025-04-18 5 Dailymotion

অসমৰ কৃষি সঁজুলিৰ প্ৰতি উৎসৰ্গিত ৰঙালী বিহুৰ এটি দিন হৈছে নাঙল বিহু । অসমীয়া কৃষি ঐতিহ্যৰ অন্যতম সঁজুলি নাঙল, কমি আহিছে ইয়াৰ ব্যৱহাৰ ।