¡Sorpréndeme!

বিৰোধী দলসমূহে বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ শেষ প্ৰচেষ্টা ব্যৰ্থ হৈছে: ৰাইজৰ দল

2025-04-17 0 Dailymotion

পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছ দলক শেষবাৰৰ বাবে আহ্বান ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ ।