GMC ত নৱতম সংযোজন হ’ব মাতৃ আৰু শিশু চিকিৎসালয়খন ৷ লগতে হাস্পতালখনত থাকিব প্ৰসূতি, মাতৃ আৰু শিশুৰ বাবে ৮০০খন বিছনা ৷