মৃৎ শিল্পী বিষ্ণুলৈ আয়কৰ বিভাগে ১০.৫ কোটি টকাৰ জাননী প্ৰেৰণ কৰে । ইয়াৰ পাছতেই চিন্তিত হৈ পৰে বিষ্ণুৰ লগতে পৰিয়ালৰ লোক ৷