¡Sorpréndeme!

বিহুৰ বতৰত কণী যুঁজ, কুকুৰা যুঁজ নহয়, আৰক্ষী চকীত দুটা পক্ষৰ যুঁজ

2025-04-15 1 Dailymotion

বিহুৰ দিনটোতে দুলীয়াজানৰ নাওশলীয়া আৰক্ষী চকীত যুদ্ধ সদৃশ পৰিস্থিতি । আৰক্ষী চকীৰ চৌহদতে দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট ।