চিমেন চাপৰিত ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানত জনপ্ৰিয় অভিনেতা নয়ন নিলীম ৷ অসমীয়া থলুৱা কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ কথাৰে সোঁৱৰালে অভিভাৱকৰ দায়িত্ব ৷