বিহুক ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰূপে স্বীকৃতি দিবৰ বাবে পদক্ষেপ ল’বলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন সদৌ অসম ছাত্ৰ সন্থাৰ ৷ জজফিল্ডৰ বিহুৰ পৰাই চৰকাৰলৈ এই আহ্বান ।