¡Sorpréndeme!

গৰুৰ গোবৰেৰে উষ্ণতা নিয়ন্ত্ৰণ: কলেজৰ অধ্যক্ষই হাতে-কামে কৰি দেখুৱালে শ্ৰেণীকোঠাৰ পৰীক্ষা

2025-04-14 1 Dailymotion

ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হোৱা ভিডিঅ'টোত অধ্যাপিকা প্ৰত্যুষ বৎসলক তেওঁৰ কৰ্মচাৰীৰ সহায়ত দেৱালত লেপি থকা দেখা গৈছে ।