¡Sorpréndeme!

আজি গৰু বিহু: অসমীয়াৰ নজহা-নপমা পৰম্পৰাত বিলীন বিদেশী পৰ্যটকো

2025-04-14 1 Dailymotion

সাদিনীয়া বাপতিসাহোন ৰঙালী বিহুৰ আজি গৰুবিহু । অসমীয়া কৃষিজীৱী চহা জনতাৰ মূল সম্পদক মাহ-হালধিৰে নোওৱা-ধুওৱা পৰ্ব, লাও-বেঙেনাৰে 'বৰ গৰু' হোৱাৰ আশীৰ্বাদ ।