¡Sorpréndeme!

গৰুবিহুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ৰঙালীৰ ৰং, ভিন্ন ভাষা-ভাষী লোকেও কৰিলে অংশগ্ৰহণ

2025-04-14 1 Dailymotion

‘‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু’’ বুলি গাই গো-ধনৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় ৷