‘‘লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু’’ বুলি গাই গো-ধনৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় ৷