¡Sorpréndeme!

গৰু বিহুৰ দিনা কিয় নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি দিয়া হয় ?

2025-04-14 2 Dailymotion

গৰু বিহুৰ দিনা নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি ৰখাটো অসমীয়া এক পৰম্পৰা।কিয় নাহৰৰ পাতত মন্ত্র লিখা হয়, কি আছে এই নিয়মৰ অন্তৰ্নিহিত জনবিশ্বাস?