¡Sorpréndeme!

উৰুকাৰ বজাৰত কপৌফুলৰ মেলা; মোনা ভৰাই প্ৰতিজন ক্ৰেতাই কৰিছে বিহুৰ বজাৰ

2025-04-13 0 Dailymotion

বিহুৰ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ ভিৰ ৷ বস্তুৰ জুই চাই দাম যদিও মোনা ভৰাই গ্ৰাহকে কৰিছে বিহুৰ বজাৰ ৷ হাজাৰো অধিক হৈছে এপাহ কপৌফুলৰ মূল্য ৷