¡Sorpréndeme!

মাটি মহিলা সমিতিৰ, বসুন্ধৰাত আবেদনকাৰী মন্ত্ৰীপত্নী: এই "ভুল" কিয় কৰিলে মন্ত্ৰীয়ে

2025-04-11 0 Dailymotion

বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বাবে দান কৰা ভূমিৰ বাবে বসুন্ধৰাত মন্ত্ৰীৰ পত্নীয়ে আবেদন কৰাক লৈ খড়্গহস্ত ঢেকীয়াজুলি মহিলা সজাগতা সমিতি ।