অসমীয়া ভাষা ইমান চহকী হোৱা স্বত্বেও আন ভাষাৰ শব্দ শিকাইহে আমি কিয় ডাঙৰ কৰো সন্তানক ? মাতৃভাষাৰ প্ৰতি অনিহাক লৈ চিন্তিত হিমাংশু প্ৰসাদ দাস ৷